এই সংবাদটি চাওকচোন ৷ ৰাজস্থানত দৃশ্যগ্ৰহন হ’ব হলিউদৰ চিনেমাৰ৷ এই ছবিত অসমীয়া অভিনেতা-অভিনেত্ৰী এজন-দুজন থাকিলে কিমান ভাল লাগিলহেতেন !
চেষ্টাও কৰিছিলোঁ ৷ ছবিৰ প্ৰযোজক-পৰিচালক অাদিত্য পট্টৱৰ্ধন গুৱাহাটীলৈ অাহিছিল, চলচ্চিত্ৰমৰ মহোৎসৱত অংশ ল’বলৈ ৷ তেওঁৰ ছবি ‘এ নোমাদ ৰিভাৰ’ৰ ইণ্ডিয়া প্ৰিমিয়াৰ কৰা হৈছিল এই মহোৎসৱত ৷ তেওঁ তিনিদিন ইয়াতে অাছিল ৷ মই ব্যক্তিগত ভাবে কেইবাজনকো অামন্ত্ৰণ কৰিছিলোঁ, তেখেতৰ লগত কথা পতাই দিবলৈ, অসমীয়া অভিনেতা-অভিনেত্ৰী লবলৈ তেখেত অাগ্ৰহী অাছিল ৷ কিন্তু দুখৰ কথা- তেখেতক লগ পাবলৈ কোনো নাহিল